Mango gingermango seed

mango leaf. (English) [ IPA: ˈmæŋgoʊ ˈliːf. ASM: মেংগ’ লিফ.]
Contributed by: Partha P Sarmah on 2008-03-04
1. (Common Noun) leaf of a mango tree. Used in almost all religious and auspicious ceremonies of the Hindus. আম গছৰ পাত৷ হিন্দু ধৰ্মাৱলী লোকে ধৰ্মীয়, মাংগলিক কাম কাজত ইয়াক ব্যৱহাৰ কৰে৷ পাতল ৰছীত কেইবাখিলা আমপাত বান্ধি দুৱাৰ বা পদূলি মুখত পথালিকৈ আঁৰি দিয়া হয়৷ (ইয়াক আমদালি বোলে৷) পূজাৰ ঘটতো নাৰিকলৰ সৈতে আমপাত দিয়া হয়৷
English: mango leaf.,
Assamese: আমপাত